☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
🔐 Login to XOBDO
×
User Name
Password
🔑 Login
Cancel
নাম নুমা
(Assamese)
[
Roman:
nam nu.ma]
Contributed by:
Probodh Borah (প্ৰবোধ বৰা)
on 2011-08-10
1.
(Verb-Trans.)
to destroy something completely. কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷
English:
obliterate
Assamese:
উছন কৰ্
উত্খাত কৰ্
চিন-মোকাম নোহোৱা কৰ্
নাও নুমা
নাম নুমা
নিৰ্মূল কৰ্
পুলিয়ে পোখাই উভাল
মূলোচ্ছেদ কৰ্
সমূলঞ্চে নাশ কৰ্
সমূলি ধ্বংস কৰ্
Khasi:
pyndam